কবিতা -১ (বৰকাঁহৰ শব্দত )

বৰকাঁহৰ শব্দত


নাম ঘৰীয়া
নামঘৰৰ বৰকাঁহ ৰজন জনাই

ভদীয়া কাই, 
পেটে কলমল,কলমল
কোনে কেনি ঢপলিয়াই


বৰসভাহত ভিৰ,
চপৰ্ চপৰ্ চাপৰি কোনে বায় ।

Comments

Popular posts from this blog

বিষ্ণু প্রসাদ ৰাভাৰ এখন ঐতিহাসিক ভাষণ ( প্রৱন্ধ)

অৰণ্যৰ গভীৰলৈ